পথৰুঘাটৰ ৰণ আৰু নামনি অসমৰ কৃষক বিদ্ৰোহ
পথৰুঘাটৰ ৰণ আৰু নামনি অসমৰ কৃষক বিদ্ৰোহ (Patharughat Peasant Uprising ) ১৮৫৭ চনৰ কথা আছিল। সমগ্ৰ ভাৰত জুৰি হোৱা চিপাহী বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অবস্থা শোচনীয় কৰি পেলাইছিল। বিদ্ৰোহ দমনৰ নামত ব্ৰিটিছ চৰকাৰে বহুত ধনৰ খৰচ কৰিব লগা হৈছিল। সেয়া এই বিদ্ৰোহৰ পিছত ব্ৰিটিছ সকলৰ প্ৰধান উদ্দেশ্য আছিল নিজৰ অৰ্থনৈতিকContinue Reading