Featured Video Play Icon

Piyoli Phukan : The First Anti-British Awakening in Assam ৬০০ বছৰীয়া গৌৰৱময় আহোম সাম্ৰাজ্যৰ অন্ত পৰিল মূলতঃ মোৱাবীয়াৰ গণ বিদ্ৰোহ আৰু মানে অসম আক্ৰমণৰ বাবে। আহোম শাসনৰ শেষৰ দিনত তেওঁলোকৰ ভিতৰত ক্ষমতাৰ বাবে বিভিন্ন সংগ্ৰাম চলিছিল। সেই সংঘাতৰ সুযোগ লৈ মানসকলে আহি অসম জয় কৰিলে। আহোম ৰজাই অসমবাসীক মানসকলৰ নিষ্ঠুৰContinue Reading