News Headline

Todays Headline 04 Sept-2023

Todays Headline

এই Todays Headline খণ্ডত আমি অসমৰ লগতে সমগ্ৰ বিশ্বৰ শেহতীয়া আৰু সাম্প্ৰতিক খবৰ প্ৰকাশ কৰিম। আমি আশা কৰোঁ যে এই খণ্ডটোৱে আপোনালোক সকলোকে নিজকে সাম্প্ৰতিক সময়ৰ লগত Up to Date  ৰখা ক্ষেত্ৰত সহায় কৰিব….

আজিৰ বাতৰিৰ শিৰোনামাত: (Todays Top Headline )

  • অসম চৰকাৰে শীঘ্ৰে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 

  • জৈৱ ইন্ধন উৎপাদন গৱেষণাৰ বাবে অসমৰ নৌগং কলেজ (স্বায়ত্তশাসিত)ৰ পৰা পৰীক্ষিত গগৈক ফুলব্ৰাইট-নেহৰু ফেল’শ্বিপ প্ৰদান কৰা হৈছে। এই ফেল’শ্বিপৰ অধীনত তেওঁৰ গৱেষণাই মূলতঃ কাঠৰ জৈৱবস্তুক বিমান আৰু ডিজেল ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব

 

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত অসম কেবিনেটে চাৰিখন নতুন জিলা আৰু ৮১খন মহকুমা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে প্ৰশাসনিক দক্ষতা বৃদ্ধি পায়। সৃষ্টি হ’বলগীয়া জিলাসমূহ হ’ল হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী।

 

  • শেহতীয়াকৈ চন্দ্ৰযান-৩ অভিযানকে ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিভিন্ন উৎক্ষেপণৰ কাউণ্টডাউনৰ আঁৰৰ কণ্ঠস্বৰ হিচাপে পৰিগণিত হোৱা ৬৪ বছৰীয়া এন ৱালামাথিৰ মৃত্যু হৈছে।

 

  • আই আই টি মাদ্ৰাজৰ গৱেষকসকলে মগজু আৰু মেৰুদণ্ডৰ কৰ্কট ৰোগ সৃষ্টিকাৰী টিউমাৰ ধৰা পেলোৱাৰ ক্ষেত্ৰত GBMDriver নামৰ মেচিন লাৰ্নিং ভিত্তিক computational সঁজুলি প্ৰস্তুত কৰিছে

 

Click Here for Previous Year APSC Question Paper

Moreover, your support has been invaluable to us. We are grateful for your continued support…

Follow us on

Our official Facebook Page

Our Official Instagram ID

Subscribe to our YouTube Channel  

 

 

Share this

Leave a Reply

Your email address will not be published. Required fields are marked *